অৱতাৰণাঅৱতাৰী

অৱতাৰণা কৰ্ (Assamese) [ Roman: o.bo.ta.ro.na kor]
Contributed by: Swapnita Kakati on 2006-08-28
1. (Verb-Trans.) to come or to bring sth into view, life, or activity কিহবাক দৃষ্টি, জীৱন বা কাৰ্য্যলৈ অনা বা অহা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-07
2. (Verb-Trans.) to forward an idea for consideration, discussion, or adoption কোনো ধাৰণা বা বুদ্ধি আলোচনাৰ বাবে বা বিবেচনাৰ বাবে আগবঢ়োৱা৷